সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ম পত্ৰ দাখিল মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূবন গামৰ…

মাজুলীত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

৯৯ নং মাজুলী বিধান সভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম হৈ মনোনয়ন পত্ৰ দাখিল।

মনোনয়ন পত্ৰ দাখিল কৰা ৰেলীত ভূবন হামক সংগ দিয়ে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই।

লগতে উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰনোজ পেগু, বিমল বৰা, লক্ষীমপুৰ বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, অগপ সভাপতি কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকীও নেতা।

তাৰপাছতে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ভূৱন গামে মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে, ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন

Leave a Comment