অসম

অহা বছৰৰ পৰা বিহুৰ মঞ্চত নাথাকিব জুবিন গাৰ্গ…

নিউজ ডেস্ক। জুবিন অনুৰাগীসকলৰ বাবে দুঃখবৰ।

অহা বছৰৰ পৰা ৰঙালী বিহুৰ কোনো অনুষ্ঠান নকৰে জুবিন গাৰ্গে।

সাংবাদিকেৰ আগত নিজেই এই কথা সদৰি কৰে জুবিনে গাৰ্গে।

26

জুবিনে কয়- অহা বছৰ মোৰ ৫০ বছৰ হ’ব গতিকে মই বিহু এৰি দিম আৰু একো নকও No Comment’.

লগতে ইয়াকো কয় যে, -বিহুৰ চিষ্টেম যদি সকলোৱে মিলি সলাব বিচাৰিছে সলাই দিয়ক।

‘সদায় অসুবিধা হ’ব শিল্পী সকলৰ। মই বিহুত ইমান ইণ্টাৰেষ্টেড নহয়।’

লগতে চাওকঃ

বিহুৰ মঞ্চত অনুষ্ঠান নকৰাৰ জুবিনৰ ঘােষণা সম্পৰ্কত এই কথা ক’লে অভিনেত্ৰী বৰষাৰাণীয়ে…

G7

Leave a Reply

Your email address will not be published. Required fields are marked *