অসম

পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী…

পুনৰ অসম আৰক্ষীৰ আৰক্ষীৰ এনকাউণ্টাৰ।

ড্ৰাগছ সৰবৰাহীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা।

এইবাৰ মৰিগাওঁ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহীৰ বিৰুদ্ধে চলালে গুলী।

আৰক্ষীয়ে সদৰি কৰা মতে ড্ৰাগছ সৰবৰাহী পলাবলৈ লওতেই গুলী চালনা কৰে।

মৰিগাওঁ জিলাৰ মিকিৰভাটা আৰক্ষী চকীৰ অন্তৰ্গত বালিজানত সংঘটিত হৈছে এই ঘটনা।

ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুটা ড্ৰাগছ সৰবৰাহীক।

আটক হোৱা সৰবৰাহী দুটা ফিৰকুল ইছলাম আৰু জীয়াবুৰ হক।

Leave a Reply

Your email address will not be published. Required fields are marked *