ভাল খবৰ! ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা…

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে ভাল খবৰ।

২০২২ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা।

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘোষণা কৰিছে এই কথা।

এক টুইট যোগে তেওঁ এই বিষয়ে সদৰি কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে।

শেহতীয়াকৈ অসম আৰক্ষীত ২৪৫০ টা কনিষ্টবল (এ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।

১৪২৯ টা কনিষ্টবল (ইউ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।

Leave a Comment