আচৰিত! ছাগলীয়ে জন্ম দিলে মানুহৰ আকৃতিৰ পোৱালী…

এইখন অসমতে এইবাৰ সংঘটিত হৈছে এক আচৰিত ঘটনা।

এটা ছাগলীয়ে জন্ম দিলে মানুহৰ কেচুৱাৰ আকৃতিৰ পোৱালী।

এই আচৰিত ঘটনাটো কাছাৰ জিলাৰ পূৰ্বধলাইৰ গংগানগৰত।

ছাগলীয়ে মানুহৰ আকৃতিৰ পোৱালি প্ৰসৱ দিয়া ঘটনাকলৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।

দেওবাৰে গংগা নগৰৰ শংকৰ দাসৰ ঘৰত এটা ছাগলীয়ে মানুহৰ চেহেৰাৰ দৰে এটা পোৱালি প্ৰসৱ কৰে।

যি ঘটনাৰ পিছত অঞ্চলটোৰ শ শ মানুহে পোৱালিটো চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।

অৱশ্যে জন্মৰ কিছু সময়ৰ পিছতে ছাগলী পোৱালিটোৰ মৃত্যু হয়।

মৃত্যু হোৱাৰ পাছত ছাগলীটোৰ গৰাকী শংকৰ দাসে পোৱালিটো মাটিত সমাধিস্থ কৰে।

জানিব পৰা মতে ছাগলীটোৱে দুটা পোৱালী প্ৰসব কৰিছিল, যাৰ ভিতৰত এটা পোৱালি আছিল মানুহৰ আকৃতিৰ আছিল।

ছাগলীয়ে জন্ম দিলে মানুহৰ আকৃতিৰ পোৱালী, চাবলৈ ভিৰ বহু লোকৰ, চাওঁক ফটো

বৰ্তমানে আনটো পোৱালী সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

Leave a Comment