অসম

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পুখুৰীত মেটেকাৰ তলত আৱদ্ধ ঢেকীয়াপতীয়া..

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাঘমাৰীত ঢেঁকীয়াপতীয়া বাঘৰ আতংক।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত অৱস্থান গ্ৰহণ কৰিছে বাঘটোৱে।

বৰ্তমানেও মেটেকাৰ তলত আৱদ্ধ হৈ আছে বাঘটো।

আৱদ্ধ হৈ থকা ঢেকীয়াপতীয়া বাঘটো পুৱতি নিশা কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ ৰাইজৰ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *