ৰাষ্ট্ৰপতি হিচাপে প্রথমবাৰলৈ ১২ অক্টোবৰত অসমলৈ আহিব দ্ৰৌপদী মুৰ্মূ…

১২ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।

ৰাষ্ট্ৰপতি হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিব দ্ৰোপদী মুৰ্মূ।

ৰাষ্ট্ৰপতি অসম আগমনৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাষ্ট্ৰপতি গৰাকীয়ে চাহ বাগিচাত ১০০ খন হাই স্কুলৰ শুভাৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে প্ৰতিটো দিনেই ৰাজহুৱা শিক্ষাক শক্তিশালী কৰাৰ বাবে বিজেপি চৰকাৰে কাম কৰি আহিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।