ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুই, একেনিশাই বৃদ্ধি বহুকেইবিধ অত্যাৱশকীয় সামগ্রীৰ দাম…

ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুই।

একেনিশাই বৃদ্ধি পালে বহুকেইবিধ অত্যাৱশকীয় সামগ্রীৰ দাম।

প্রতিলিটাৰ মিঠাতেলত দাম বাঢ়িল ৮ৰ পৰা ১০ টকা।

মচুৰ-মগু দাউল প্ৰতিকেজিত বাঢ়িল ৮ টকাকৈ দাম।

চেনিত প্ৰতিকেজিত দুটকা দাম বৃদ্ধি।

আনহাতে ৪ টকাকৈ বাঢ়িল প্ৰতিকেজি আটাৰ দাম।