ৰাজ্যৰ নতুন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, ৩১ আগষ্টত অৱসৰ ল’ব জিষ্ণু বৰুৱাই…

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন কুমাৰ বৰঠাকুৰ।

৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই।

বৰ্তমান অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে পৱন কুমাৰ বৰঠাকুৰ।

৩১ আগষ্টৰ দিনাই কাৰ্যভাৰ গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে।

ইপিনে অৱসৰ গ্ৰহণৰ পিছতে জিষ্ণু বৰুৱাই দায়িত্ব ল’ব APDCL-ৰ অধ্যক্ষৰ।

দুবছৰৰ বাবে APDCL-ৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে জিষ্ণু বৰুৱাক।