অসম

ৰাজকন্যা কাণ্ডঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক নভনীল বৰুৱা…

অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক নভনীল বৰুৱা।

তিনিদিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ’ল চিকিৎসক নভনীল বৰুৱা।

ডাঃ নভনীল বৰুৱা দিছপুৰস্থিত GNRC হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক।

photo-2021-10-08-23-46-35

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক অসুস্থতা নোহোৱাকৈয়ে আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল চিকিৎসক নভনীল বৰুৱাৰ বিৰুদ্ধে।

উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা সুৰামত্ত অৱস্থাত ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।

photo-2021-10-08-23-46-38

উক্ত পথ দুৰ্ঘটনাত আহত হৈছিল ৮ জনকৈ শ্ৰমিক। আহত এজন শ্ৰমিকৰ কাটিবলগীয়া হৈছিল দুয়োখন ভৰি।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *