এক ৰহস্যজনক ঘটনা।
দুলিয়াজনত তলাবন্ধ অৱস্থাত বাসগৃহৰ পৰা উদ্ধাৰ OILৰ বিষয়াৰ মৃতদেহ।
মৃত বিষয়াজন টেকনিকেল অ’ডিট বিভাগত বিষয়া ভাস্কৰ বৰা।
আবাসিক এলেকাৰ TD+145 আবাসগৃহত উদ্ধাৰ হৈছে মৃতদেহ।
বাহিৰৰ পৰা তলা মৰি থোৱা অৱস্থাত আৰক্ষী আৰু অইলৰ নিৰাপত্তা বিভাগে মৃতদেহটো উদ্ধাৰ কৰে
ভাস্কৰ বৰাৰ কেনেকৈ মৃত্যু হ’ল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত।
ইতিমধ্য ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।









