অসম

৪ মে’ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ পৰীক্ষা…

৪ মে’ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ পৰীক্ষা।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে পৰীক্ষাৰ অধিসূচনা।

ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত অৱশেষত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্রথম বাৰ্ষিকৰ পৰীক্ষাৰ দিন ঘোষণা কৰিলে।

আনহাতে ২৮ মে’ত পৰীক্ষা শেষ হ’ব।

p1 6

শিক্ষা সংসদে অধিসূচনাখনত উল্লেখ অনুসৰি, প্রথম বার্ষিকৰ পৰীক্ষাৰ বাবে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণৰ দিন অহা ২২ এপ্ৰিলৰ আবেলি ৫ বজালৈকে বৃদ্ধি কৰিছে।

পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰ-পত্ৰ পূৰণ বাধ্যতামূলক কৰা হৈছে।

যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব সেইসকল পৰীক্ষাৰ্থীয়েহে লাভ কৰিব এডমিট কার্ড।

Leave a Reply

Your email address will not be published. Required fields are marked *