২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে চৰকাৰৰ SOP, সবিশেষ জানি লওক…

২৬ হাজাৰ চৰকাৰী চাকৰিৰ বাবে চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

পৰীক্ষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইণ্টাৰনেট সেৱা।

হোৱাটছএপত প্ৰশ্নকাকত লিক নহ’বলৈ বন্ধ হ’ব ইণ্টাৰনেট।

কোনো পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব মোবাইল ফোন।

সকলো গেজেটেড অফিচাৰ নিয়োগ কৰা হ’ব।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া।

২৬ হাজাৰ চাকৰিৰ প্ৰশ্নকাকত লিক হ’লে দায়বদ্ধ হ’ব জিলা উপায়ুক্ত।

বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে থাকিব সকলো সুবিধা।

চেণ্টাৰ ইনচাৰ্জে পৰীক্ষা কেন্দ্ৰৰ ল’ব মূল দায়িত্ব।

সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব নিৱনুৱাক।