হাফলঙত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধ্বনা অসম ৰাইফলছৰ…

নিউজ ডেস্কঃ হাফলঙত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধনা অসম ৰাইফলছৰ।

photo1665320057
হাফলঙত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধ্বনা অসম ৰাইফলছৰ… 4

ক্ৰীড়াৰ প্ৰচাৰৰ বাবে ডিমা হাচাও ভ্ৰমণৰ সময়তে হাফলঙৰ এনএল দৌলাগুপু ষ্টেডিয়ামত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ গৰাকীক মুখ্য কাৰ্যালয় মহাপৰিদৰ্শক আছাম ৰাইফলছ (পূব)ৰ তত্বাৱধানত সম্বৰ্ধনা জ্ঞাপন কৰে হাফলং বেটেলিয়নে।

photo1665320072
হাফলঙত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধ্বনা অসম ৰাইফলছৰ… 5

অনুষ্ঠানত ডিমা হাচাওৰ ২৮ খন বিদ্যালয়, কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছা, উপায়ুক্ত আৰু জিলাখনৰ অন্যান্য ক্ৰীড়া কৰ্তৃপক্ষও উপস্থিত থাকে।

photo1665321727
হাফলঙত ধিং এক্সপ্ৰেছ হিমা দাসক সম্বৰ্ধ্বনা অসম ৰাইফলছৰ… 6

ইফালে হিমা দাসৰ উপস্থিতিক লৈ আজি ব্যাপক উছাহ দেখা যায় হাফলঙত।