অসমঅসমীয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ…

ক’ভিড-১৯ৰ তৃতীয়টাে ঢৌৰ মাজতে ঘােষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।

ছেবাই প্ৰকাশ কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা।

মাৰ্চ মাহৰ ৩১ তাৰিখে সমাপ্ত হ’ব পৰীক্ষা।

চাওক পৰীক্ষাৰ সময়সূচীঃ

12

উল্লেখ্য যে পৰীক্ষা দুটা ভাগত অনুষ্ঠিত হ’ব- পুৱা আৰু আবেলি।

পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে, আবেলিৰ শাখাত আবেলি ১.৩০ বজাত পৰীক্ষা আৰম্ভ হ’ব আৰু আবেলি ৪.৩০ বজাত সমাপ্ত হ’ব।

ব্যৱহাৰিক পৰীক্ষাসমূহ ৪ মাৰ্চ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *