অসম

সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান…

সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান।

অগপ চৰকাৰৰ দিনৰ সীমান্ত উন্নয়ন মন্ত্ৰী আছিল বিনোদ গোৱালা।

১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০০৬ চনত সৰুপথাৰ সমষ্টিৰ অগপ বিধায়ক আছিল বিনোদ গোৱালা।

তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বিনোদ গোৱালা।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *