স্বাক্ষৰ জালিয়াতি কৰি নিলম্বিত হ’ল গাঁওপ্ৰধান…

স্বাক্ষৰ জালিয়াতি কৰি নিলম্বিত হ’ল এগৰাকী গাঁওপ্ৰধান।

কলিয়াবৰ ৰাজহ চক্ৰৰ কুৰিমাৰীৰ গাঁওপ্ৰধানক নিলম্বন।

নিলম্বিত গাঁওপ্ৰধান গৰাকী হৈছে গোলাপ শইকীয়া।

নগাঁও জিলা উপায়ুক্তৰ নিৰ্দেশন নিলম্বন কৰা হয় গাঁওপ্ৰধান গোলাপ শইকীয়াক।

নিলম্বিত গাঁওপ্ৰধান গোলাপ শইকীয়াই কৰিছিল স্বাক্ষৰ জালিয়াতি।