অসম

স্থগিত কৰা হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা…

স্বাস্থ্য বিভাগৰ নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত।

১৫ মে’ ত হ’ব লগীয়া লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত তৃতীয় বৰ্গৰ টেকনিকেল আৰু নন-টেকনিকেলৰ পৰীক্ষা স্থগিত‌।

চতুৰ্থ বৰ্গৰো লিখিত পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে।‌

image 11

মুঠ 2720 পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা।‌

নতুন নিৰ্দেশনা নহা পৰ্যন্ত স্থগিত থাকিব লিখিত পৰীক্ষা।

পৰীক্ষাৰ প্ৰবেশ প্ৰত্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *