অসম

সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত অঘটন! টানেল খহি মৃত্যু এজন লোকৰ…

সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত অঘটন।

টানেল খহি মৃত্যু এজন শ্ৰমিকৰ।

সোমবাৰে সংঘটিত হয় এই ঘটনা।

নিৰ্মীয়মান প্ৰকল্পটোৰ খহি পৰিল ২নং ইনটেক্ট টানেল।

আনহাতে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছে ২ জন লোক।

নিহত লোকজন জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে।

গোগামুখৰ পাৰ্ৱতীপুৰত ঘৰ জিটু হাতীবৰুৱাৰ।

পেটেল নামৰ এটা কোম্পানীৰ শ্ৰমিক আছিল জিটু।

Leave a Reply

Your email address will not be published. Required fields are marked *