সামাজিক মাধ্যমত বিতৰ্কিত প’ষ্ট কৰি আৰক্ষীৰ জালত বিজেপি কৰ্মী…

সামাজিক মাধ্যমত বিতৰ্কিত প’ষ্ট কৰি আৰক্ষীৰ জালত বিজেপি কৰ্মী।

হোজাই আৰক্ষীয়ে আটক কৰিছে বিজেপি কৰ্মীগৰাকীক।

বীৰ লাচিত বৰফুকন আৰু জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাক লৈ ফেচবুকত কৰিছিল বিতৰ্কিত প’ষ্ট।

কাকীৰ কিছু সচেতন যুৱকৰ এজাহাৰৰ ভিত্তিত আটক কৰে ব্যক্তিজনক।

আটকাধীন বিজেপি কৰ্মীজন সুমন সেন বুলি জানিব পৰা গৈছে।