অসম

শোকাৱহ, বিষাক্ত কাঠফুলা খাই শিশুসহ ৪ গৰাকীৰ কৰুণ মৃত্যু…

সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু।

২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন।

৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলা।

আটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHত।

চিকিত্সাধীন অৱস্থাত ৪জন লোকে কৰুণ মৃত্যুক আকোৱালি লয়।

অজয় কৰ্মকাৰ, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰৰ মৃত্যু।

মৃত্যু হৈছে জোনাকী পজা নামৰ আন এজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *