শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে শ্যামলে, ৰাইজৰ প্ৰতিবাদ…

এক শোকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

হাইলাকান্দিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

মৃত যুৱকজনৰ নাম শ্যামল কুমাৰ নাথ।

যুৱকজনৰ মৃত্যুৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

বিদ্যুৎ বিভাগৰৰ গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

হাইলাকান্দি জিলাৰ শেফালিকা ৰোডত সংঘটিত হৈছে এই ঘটনা।

শ্যামলৰ মৃত্যুৰ পিছতে ৰাইজ উত্তপ্ত হৈ প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে।