অসম

শোকাৱহ! বজাৰলৈ যোৱাৰ সময়তে বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে দ্বীপজ্যোতি আৰু জিন্তুই…

এক অতি শোকাৱহ ঘটনা।

বজ্ৰপাতত দুজনকৈ যুৱকে সাৱটিলে কৰুণ মৃত্যুক।

বজাৰলৈ গৈ থকাৰ সময়তে বজ্ৰ পৰাত মৃত্যুক সাৱটি লয় দুই যুৱকে।

নিহত যুৱকদ্বয় হৈছে দ্বীপজ্যোতি ৰায় আৰু জিন্তু কুমাৰ ৰায়।

অভয়াপুৰীৰ চুকানীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

 চুকানী ৰাসবজাৰত এই ঘটনা সংঘটিত হয়।

আনহাতে বজ্ৰপাতত মহানগৰীৰ সাতগাঁৱত মৃত্যুমুখত পৰে মমতা বেগম নামৰ এটি শিশু।

সাতগাঁৱৰ প্ৰগতি নগৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মমতাই চোতালত বায়েকৰ লগত খেলি থাকোঁতে ব্ৰজপাতত মৃত্যুমুখত পৰে।

One thought on “শোকাৱহ! বজাৰলৈ যোৱাৰ সময়তে বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে দ্বীপজ্যোতি আৰু জিন্তুই…”

Comments are closed.