অসম

শীঘ্ৰেই কাজিৰঙালৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ…

কাজিৰঙালৈ আহিব বলিউডৰ অভিনেতা অক্ষয় কুমাৰ।

কাজিৰঙালৈ নিমন্ত্ৰণ জনোৱা হৈছে বলিউডৰ অভিনেতা গৰাকীক।

বিগত সময়ছোৱাত কাজিৰঙাৰ নামত অক্ষয়ে দান কৰা ১ কোটি টকা।

সেই উপলক্ষে ধন্যবাদ জনাবলৈ কাজিৰঙা ভ্ৰমণলৈ নিমন্ত্ৰণ জনোৱা হৈছে অভিনেতাগৰকীক।

২০১৯ চনত বলিউড তথা ভাৰতীয় ছবিজগতৰ ছুপাষ্টাৰ অক্ষয়ে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ বাবে ১কোটি টকাৰ অনুদান দিছিল।

সেয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমনৰ বাবে অভিনেতাগৰাকীক আমন্ত্ৰণ জনাই টুইটাৰত।

সেই টুইটাৰৰ সঁহাৰি জনাই অভিনেতা গৰাকীয়ে শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *