অসম

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক…

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক।

শিলচৰ চিজেএম আদালতৰ নিৰ্দেশত জে’ললৈ প্ৰেৰণ প্ৰদীপ দত্ত ৰয়ক।

আদালতে নাকচ কৰিছে প্ৰদীপ দত্তৰ জামিন আবেদন।

শিলচৰ আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় প্ৰদীপ দত্ত ৰয়ক।

১০ ডিচেম্বৰলৈ কাৰাগাৰতে থাকিব লাগিব প্ৰদীপ দত্ত ৰয়ে।

উল্লেখ্য যে, শনিবাৰে দীৰ্ঘসময় জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল বঙালী নেতা প্ৰদীপ দত্তক।

হিন্দু যুৱ পৰিষদৰ কৰ্মীয়ে ৰুজু কৰিছিল গোচৰ।

প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ১৫৩/২৯৫ এ/২৯৫/১২৪/৫০৬/৫০৫ ধাৰাত গোচৰ ৰুজু।

Leave a Reply

Your email address will not be published. Required fields are marked *