অসম

লামডিং বনাঞ্চলত আজি পুনৰ ৯০০ হেক্টৰ ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান…

লামডিং বনাঞ্চলত আজি পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।

ইতিমধ্যে বৃহৎ আৰক্ষী আৰু সেনাৰ দল ৰাওনা হৈছে লামডিং বনাঞ্চললৈ।

প্ৰথম দিনা অৰ্থাৎ সোমবাৰে লামডিঙৰ কমৰপানীত প্ৰায় ৫০০ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে।

আজি দ্বিতীয় দিনাও লামডিং বনাঞ্চলৰ উল্টাপানীত প্ৰায় ৯০০ হেক্টৰ ভূমিত উচ্ছেদ চলিব।0

ইতিমধ্যে আৰক্ষীৰ বৃহৎ দল উপস্থিত উল্টাপানীত।

প্ৰায় ১০০০ সুৰক্ষা কৰ্মীৰে এই উচ্ছেদ চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *