মেট্ৰিক-হাইমাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী ঘোষণা…

মেট্ৰিক-হাইমাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী ঘোষণা।

২৫ জুলাইৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।

আনহাতে ৩০ জুইলাত অন্ত পৰিব পৰীক্ষা।

২৫ জুলাইত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা।

২৬ জুলাইত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা।

২৭ জুলাইত হ’ব গণিত বিষয়ৰ পৰীক্ষা।

২৮ জুলাইত হ’ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

২৯ জুলাইত হ’ব সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা আৰু

৩০ জুলাইত হ’ব ভূগোল, ইতিহাস আৰু হিন্দী বিষয়ৰ পৰীক্ষা।

ছেবাই প্ৰকাশ কৰিছে পৰীক্ষাৰ সময়সূচী।