অসম

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত গাঁওবুঢ়া সহ আটক মাটিৰ দালাল

নিউজ ডেস্ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত আছে।

এই অভিযানৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতাে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গাঁওবুঢ়াসহ দুজন লোক।

শুৱালকুছি শান্তিতোল নিবাসী গাঁওবুঢ়া দীপক ডেকা আৰু আই বি নিবাসী বিনোদ মেধীক গ্ৰেপ্তাৰ।

উত্তৰ গুৱাহাটী আৰক্ষীয়ে শুৱালকুছিৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োজনকে।

মুখ্যমন্ত্ৰীৰ সমষ্টিটো মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *