মাৰ্শ্বাল লগাই বিধানসভাৰ বাহিৰলৈ উলিয়াই দিয়া হ’ল অখিল গগৈক…

বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বন অখিল গগৈক।

মাৰ্চাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় অখিল গগৈক।

পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল অখিল গগৈয়ে।

অধ্যক্ষই ভালদৰে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগ অখিল গগৈৰ।

২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কাছাৰ কলেজৰ প্ৰিন্সিপালক আটক কৰাক লৈ কমলাক্ষ দে পুৰকায়স্থই প্ৰশ্ন আনিছিল। সেই সময়তে অখিল গগৈয়ে ভিক্টৰক কিয় গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰশ্ন কৰিছিল।

ইয়াৰ পিছতে সদনত এক স্থুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।