অসম

মহৰম উপলক্ষে ২০ আগষ্টত অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ…

মহৰম উপলক্ষে ২০ আগষ্টত অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ।

মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ পৰ্ব মহৰম উপলক্ষে ২০ আগষ্টত অৰ্ধছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

চৰকাৰী বন্ধসূচী অনুসৰি এই দিনটো ১৯ আগষ্ট আছিল।

কিন্তু ৰাজ্যিক হিলাল কমিটীৰ সিদ্ধান্তৰ ভিত্তিত আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১৯ আগষ্টৰ পৰিৱৰ্তে ২০ আগষ্টত মহৰমৰ চৰকাৰী অৰ্ধছুটী ঘোষণা কৰে।

Image

Leave a Reply

Your email address will not be published. Required fields are marked *