অসম

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, অভিযানত জব্দ ৩০ হাজাৰ বটল কফ চিৰাপ…

গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা।

আৰক্ষীৰ অভিযানত জব্দ ৩০ হাজাৰ বটল কফ চিৰাপ।

জব্দকৃত কফ চিৰাপিনি পশ্চিমবংগৰ পৰা অসমলৈ আনিছিল।

মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা আছিল।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ মহন্তৰ নেতৃত্বত গুৱাহাটী আৰক্ষীয়ে চলাইছিল অভিযান জব্দ কৰে এই কফ চিৰাপখিনি।

লগতে আৰক্ষীয়ে আটক কৰিছে তিনিজন লোকক।

ইয়াৰ উপৰিও আৰক্ষীয়ে AS25CC2084 নম্বৰৰ লগতে এখন বাহনো জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *