মহানগৰীৰ ধীৰেণপাৰাত গ্রেপ্তাৰ ভুৱা DTO

মহানগৰীৰ ধীৰেনপাৰাৰ পৰা গ্ৰেপ্তাৰ ভুৱা DTO

আমিনুল ৰচুল নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে।

DTO ৰ ভুৱা চীল মোহৰেৰে দীৰ্ঘদিনৰে পৰা চলাই আহিছিল ৰমৰমীয়া ব্যৱসায়।

মহানগৰীৰ ভঙাগড়ৰ পৰা চলাই আছিল বিভিন্ন জালিয়াতিৰ কাম।