মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰ, থিতাতে মৃত্যু এজনৰ…

মহানগৰীৰ খাৰঘুলিৰ অমিয়নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰ, থিতাতে মৃত্যু এজনৰ।

দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ নাম বলিউডৰ আলী।

পাহাৰৰ পৰা প্ৰায় ২০ ফুট তলত পৰে ডাম্পাৰ বাহনখন।

এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আন ৩ গৰাকী লোক।

উল্লেখ্য যে পানী যোগান প্ৰকল্প ব্যৱহৃত আছিল বাহনখন।

কিন্তু দুৰ্গম পথ আৰু চালকৰ অসাৱধানবশতঃ পাহাৰীয়া পথৰ পৰা তললৈ সৰি পৰে বাহনখন।