মহানগৰবাসীয়ে লাভ কৰিলে আৰু এখন উৰণীয়া সেতু, আৰ্যনগৰ উৰণীয়া সেতু উদ্বোধন মুখ্যমন্ত্ৰীৰ

মহানগৰবাসীয়ে লাভ কৰিলে আৰু এখন উৰণীয়া সেতু।

আৰ্যনগৰ উৰণীয়া সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ। 

১৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেঁতুখন।

নিৰ্ধাৰিত সময়তকৈ ১০মাহ পূৰ্বে মুকলি কৰ হয় উৰণীয়া সেঁতুখন।