ভয়ংকৰ পথ দূৰ্ঘটনা! ই-ৰিক্সাৰ ওপৰত বাগৰিল ইটা ভৰ্তি ডাম্পাৰ, থিতাতে নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ই-ৰিক্সাৰ ওপৰত বাগৰিল ইটা ভৰ্তি ডাম্পাৰ, থিতাতে নিহত এজন।

শোণিতপুৰৰ ঠেলামৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

পথৰ মাজতে ই-ৰিক্সাৰ ওপৰত বাগৰি পৰিল এখন ইটা ভৰ্তি ডাম্পাৰ।

দুৰ্ঘটনাটোৰ ফত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ই-ৰিক্সাখন।

দুৰ্ঘটনাত থিতাতে নিহত হয় ই-ৰিক্সাখনৰ চালকজন।

শোণিতপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

ঘটনাস্থলীত উপস্থিত শোণিতপুৰ আৰক্ষী।