অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট তলত পৰিল ট্ৰাক, থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট তলত পৰিল ট্ৰাক, থিতাতে নিহত দুজন।

গেৰুকামুখত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

photo 2022 08 14 15 49 57

পাহাৰৰ পৰা বাগৰিল কংক্ৰিট মিক্সাৰ ট্ৰাক।

নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট উচ্চতাৰ পৰা বাগৰি পৰিল ট্ৰাকখন।

এনএইচপিচিৰ কামত নিয়ােজিত হৈ আছিল বাহনখনে।

দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক।

নিহত লোক দুজন কৰণ পায়েং আৰু পুতু দাস।