ভয়ংকৰ পথ দুৰ্ঘটনা! এল্ট’ আৰু মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ, আহত ১১ জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এল্ট’ আৰু মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত ১১জনকৈ লোক।

বৰপেটাত হাউলী পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন মাৰুটি এল্ট’-৮০০ আৰু এএছ ১৫এচি২২৭২ নম্বৰৰ টাটা মেজিকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

আহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰক্ষী কৰ্মী আৰু এজনী কলেজীয়া ছাত্ৰী আছিল।

আহত সকলক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত হাস্পতাললৈ প্ৰেৰণ কৰা হয়।