ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম সন্তান মৃদুল বৰগোঁহাইৰ ব্ৰঞ্জৰ পদক জয়…

পূজাৰ আনন্দৰ মাজতে ৰাজ্য বাসীৰ বাবে আন এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম সন্তান।

লনবলত দ্বিতীয়তো পদক লাভ অসমৰ।

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম সন্তান মৃদুল বৰগোঁহাইৰ ব্ৰঞ্জৰ পদক জয়।

লনবলত দ্বিতীয়তো পদক অসমৰ মৃদুল বৰগোঁহাইৰ ৷

ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক মৃদুল বৰগোহাঁইৰ ৷