অসম

ভাল খবৰ! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩শতাংশ মৰগীয়া বানচ বৃদ্ধি…

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।

বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি মৰগীয়া বানচ বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল৷

বুধবাৰে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰে৷

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩১ৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত ৰাজ্য চৰকাৰেও বৃদ্ধি কৰে মৰগীয়া বানচ।

Leave a Reply

Your email address will not be published. Required fields are marked *