অসম ভাল খবৰ! আজিৰে পৰা অসমৰ আকাশত উৰিব পৱনহংসৰ বিমান… February 8, 2023 NEWS DESK ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।আজিৰে পৰা অসমৰ আকাশত উৰিব পৱনহংসৰ বিমান।উড়ান আঁচনিৰ অধীনত ৬ টাকৈ স্থানলৈ চলিব এই সেৱা।ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা।প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।Related storiesসময়মতে ৰে’ল আৰক্ষীৰ সহায় পালে জীয়াই থাকিলহেঁতেন হিমাশ্ৰী! পৰিয়ালৰ অভিযোগ, ৰে’লৰ পৰাই জনাইছিল কাতৰ আহ্বান October 8, 2026গুৱাহাটীত ১৭ বাংলাদেশী নাগৰিকক আটক; আশ্ৰয় আৰু সহায় কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীসহ চাৰিজন গ্ৰেপ্তাৰ October 8, 2026বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান October 8, 2026বান ক্ষতিপূৰণৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ৰাইজৰ দলৰ উত্তাল প্ৰতিবাদ; কৃষক মুক্তি আৰু ৰাইজৰ দলৰ কেইবাজনো নেতাক আটক October 8, 2026ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা October 7, 2026গুৱাহাটী কাণ্ডৰ প্ৰতিক্ৰিয়া শ্বিলঙত! মুকলি স্থানত প্ৰস্ৰাৱ কৰি মেঘালয়তো কাণত ধৰিবলগীয়া হ’ল অসমীয়াই October 7, 2026