ব্ৰহ্মপুত্ৰত অঘটন! উজান বজাৰ ঘাটত গা ধুব গৈ উটি গল ৩ কিশোৰ…

পুনৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

ব্ৰহ্মপুত্ৰত উটি গ’ল ৩ গৰাকীকৈ কিশোৰ।

গুৱাহাটীৰ উজান বজাৰ ঘাটত গা ধুব গৈ উটি যায় ৩ কিশোৰ।

ৰাজভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

এই পৰ্যন্ত কোনো শুংসূত্ৰ নাই তিনি কিশোৰৰ।