ব্লেকমেইলিঙৰ অভিযোগ! অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অজয় তাঁতীক আটক…

অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অজয় তাঁতীক আটক৷

তেজপুৰ বৰঘাটৰ ইটাভাটাৰ গৰাকীক ব্লেকমেইলিং কৰাৰ অভিযোগত আটক তাঁতীক৷

উল্লেখ্য যে, তাঁতীয়ে ভাটাৰ প্ৰদূষণ সন্দৰ্ভত RTI যোগে সংগ্ৰহ কৰিছিল তথ্য।

ইয়াৰ পাছতে ইটাভাটাৰ গৰাকীৰ ঘৰলৈ গৈ ধন দাবী কৰাৰ অভিযোগ নেতা গৰাকীৰ বিৰুদ্ধে৷

বিগত বিধানসভা নিৰ্বাচনত অজয় তাঁতী আছিল ৰঙাপাৰা সমষ্টিৰ AJPৰ প্ৰাৰ্থী।