অসম

বৃহস্পতিবাৰে অসমৰ এই পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা…

কাইলে অৰ্থাৎ ১ ছেপ্টেম্বৰ বৃহস্পতিবাৰে অসমৰ পাঁচখন জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধৰ।

বি টি আৰৰ পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা।

উৰীয়া জনগোষ্ঠীৰ ‘নোৱাখাই’ উৎসৱৰ উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে বি টি আৰ প্ৰশাসনে।

image 207

কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা আৰু তামুলপুৰত থাকিব স্থানীয় বন্ধ ঘোষণা।।

এই দিনটোত জিলা কেইখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি সকলো বন্ধ থাকিব