বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান…

বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান৷

হেঙেৰাবাৰীৰ হাউছিং কলনীৰ নিজা বাসগৃহত মৃত্যু হয় হাজৰিকাৰ৷

দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল ছবি পৰিচালকগৰাকী৷

তৰামাই, নয়নমণি, সন্ধ্যাৰাগ, মণিৰাম দেৱানসহ বহু ছবিত জড়িত আছিল হাজৰিকা৷

‘অনিৰ্বাণ’, ‘ললিতা’, ‘আদালত’, ‘মৰমী’ৰ সহঃ পৰিচালক আছিল গুণসিন্ধু হাজৰিকা৷

‘অবুজ বেদনা’ গুণসিন্ধু হাজৰিকা পৰিচালিত ছবি৷

এক দুৰ্ঘটনাত পৰিচালকগৰাকীয়ে হেৰুৱাইছে দৃষ্টিশক্তি৷