অসম

বিধ্বংসী অগ্নিকাণ্ড! জুইত সম্পূৰ্ণ ৰূপে জাহ গ’ল দুই শতাধিকৰো অধিক বিপনী…

এক ভয়ংকৰ অগ্নিকাণ্ড।

জুইত জ্বলি ছাৰখাৰ হৈ পৰিল ২০০ খনতকৈও অধিক বিপনী।

হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰত পুৱতি নিশা এই অগ্নিকাণ্ড সংঘটিত হয়।

জুইত সম্পূৰ্ণ ৰূপে জাঁহ গ’ল দুই শতাধিকৰো অধিক বিপনী।

নিশাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত ১২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলোৱা হয়।

এই অগ্নিকণ্ডৰ ফলত প্ৰায় ৫০ কোটি টকাৰ সম্পত্তি ভস্মীভূত।

জুইৰ সুত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *