বাৰ্মিজ চুপাৰি ভৰ্তি বাহনলৈ আৰক্ষীৰ গুলী, দুই সৰবৰাহকাৰী আটক, জব্দ ৩৭ বস্তা বাৰ্মিজ চুপাৰি…

বাৰ্মিজ চুপাৰি ভৰ্তি বাহনলৈ আৰক্ষীৰ গুলী।

কাছাৰৰ সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।

মাছিপুৰত বাৰ্মিজ চুপাৰি ভৰ্তি বলেৰ’ পিকআপলৈ গুলীচলনা কৰে আৰক্ষীয়ে।

আৰক্ষীৰ তালাচীৰ উমান পাই পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।

বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩৭ বস্তা বাৰ্মিজ চুপাৰি।

লগতে আৰক্ষীয়ে গআটক কৰিছে দুই চুপাৰি সৰবৰাহকাৰীক।

ধৃত সৰবৰাহকাৰী দুজন হৈছে দিলদাৰ আলী, ৰফিকুল ইছলাম।