অসম

বাজেট ২০২২-২৩ঃ ৰূপকোঁৱৰৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰীৰ ভাষণ আৰম্ভ…

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

সকলোৰে আশীষ বিচাৰি বিধানসভাত বাজেট দাখিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণ আৰম্ভ।

অজন্তা নেওগৰ মুখত- ‘তোৰে মোৰেআলোকৰে যাত্ৰা….’

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই বিশ্বৰ যোগান ব্যাৱস্থাক প্ৰভাৱিত কৰিছে।

ক’ভিড মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ অৰ্থনীতি।

স্বাস্থ্যকৰ্মীৰ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন অজন্তা নেওগৰ।

বাজেটত বিহালী অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

বাজেটত শুৱালকুছি অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

লগতে বঙাইগাঁও অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত।

Leave a Reply

Your email address will not be published. Required fields are marked *