পৰীক্ষা কেন্দ্ৰৰ ব্যতিক্ৰমী দৃশ্য! কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰণি অসম আৰক্ষীৰ

নিউজ ডেস্ক। দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।

২৫ খন জিলাত অৱতীৰ্ণ হ’ল ৯ লক্ষাধিক প্ৰাৰ্থী।

G6 4
পৰীক্ষা কেন্দ্ৰৰ ব্যতিক্ৰমী দৃশ্য! কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰণি অসম আৰক্ষীৰ 3

পৰীক্ষাৰ মাজতে বিভিন্ন পৰীক্ষা কেন্দ্ৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

বিভিন্ন পৰীক্ষা কেন্দ্ৰত কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰিলে অসম আৰক্ষীয়ে।

FbPaBaMagAAwC9W
পৰীক্ষা কেন্দ্ৰৰ ব্যতিক্ৰমী দৃশ্য! কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰণি অসম আৰক্ষীৰ 4

আনকি একাধিক পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীক চকলেট উপহাৰ দিলে আৰক্ষী জােৱানে।

লাকুৱাত পৰীক্ষাৰ্থীক ফুলেৰে আদৰণি জনােৱাৰ বিপৰীতে গুৱাহাটীত কলম উপাহাৰ দি পৰীক্ষাৰ্থীক শুভেচ্ছা জনালে আৰক্ষীয়ে।