অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিড পজিটিভ…

ৰাজ্যত প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

এইবাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

মঙলভাৰে আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

তাৰপাছত তেওঁৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

জিএমচিএইচৰ তথ্যত প্ৰকাশ কৰা হৈছে এই কথা।

ইয়াৰ পূৰ্বেও ২০২০চনৰ ২৫ আগষ্টত প্ৰফুল্ল কুমাৰ মহন্ত আক্ৰান্ত হৈছিল ক’ভিডত।

Leave a Reply

Your email address will not be published. Required fields are marked *