প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান…

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ দেহাৱসান।

দীৰ্ঘদিনে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।

কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অৰ্ধেন্দু দে’।

অৱশেষত মঙলবাৰে নিশা চিকিৎসালয়তে মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীজনৰ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ।

১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাইৰ বিধায়ক হিচাপে আছিল অৰ্ধেন্দু দে’।

২০২১ত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিৱ অৰ্ধেন্দু দে’ই।